How to increase jio net speed in Assamese
how to increase net speed of jio in assamese
হে'ল বনদ্ধু সকল আমি সকলোৱেই জানো jioতকৈ কম দামত recharge আৰু কোনো operator ৰে নিদিয়ে অ। কিন্ত্তু যেতিয়া jioৰ net ৰ speed ৰ কথা হয়, তেতিয়া লাজেই লাগে কিবা কবলৈ। সকলো ঠাইত speed কম নহ'বও পাৰে কিন্ত্তু কিছুমান ঠাইত jioৰ net বহুত slow । so মই আজি এইখন blog ত লিখিছো কেনেকৈ আপোনি আপোনাৰ jioৰ net speed বঢ়াব । ত বলক main topic ত যাও
আপোনাক jioৰ speed বঢ়াবলৈ প্ৰথমে ১)নিজৰ mobile ৰ setting ত যাব
২)তাৰ পাছত তলৰ photo ত দেখুৱাৰ দৰে More লিখাটোত দবা'ব
৩)তলৰ photo ত দেখুৱাৰ দৰে Mobile network ত দবা'ব
৪) তলৰ photo ত দেখুৱাৰ দৰে celular ত দবা'ব আৰু LTE ত দবা"ব (যদি আপোনাৰ LTE আগৰপৰাই আছে তেনেহ'লে তেনেকৈই থাকিব দিব)
৫) আৰু অলপ তলত ACCESS POINT NAME বুলি লিখা থাকিব তাত দবা'ব । photo ত দেখুৱাৰ দৰে
৬)my jio লিখা থাকিব তাত দবা'ব আৰু অলপ তলত যাব আৰু APN protocol লিখা থাকিব তাত দবা'ব(photo ত দেখুৱাৰ দৰে)
৭)IPv4/IPv6 ত দবা'ব
৮)নিজৰ mobile টোক ২ই মিনিটৰ বাবে switch off কৰি দিয়ক ।
যদি এইখন blog আপোনাক ভাল লাগিল তেনেহ'লে suscribe কৰি দিব আৰু বুজি নাপালে comment
Comments
Post a Comment